Subscribe
URL of the page has been copied to clipboard.
Meaning : ভালদৰে স্থাপিত
Example : আমাৰ দুয়োখন দেশৰ মাজৰ প্রতিষ্ঠিত ্সম্পর্কত ্ফাট মেলিব নালাগিব
Meaning : যি প্রতিষ্ঠা লাভ কৰিছে
Example : পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
Synonyms : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, মাননীয়, মান্য, সন্মানিত, সম্ভ্রান্ত
Install App