Subscribe
URL of the page has been copied to clipboard.
Meaning : স্থাপন বা প্রতিষ্ঠা কৰা কার্য
Example : চকত গান্ধীজীৰ মূর্তিক স্থাপন কৰা হʼল
Synonyms : স্থাপন
Meaning : খ্যাত হোৱা অৱস্থা বা ভাব
Example : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
Synonyms : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
Meaning : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
Example : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
Synonyms : গঠন, স্থাপনা
Install App