Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা
Example : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল
Synonyms : পৰিণতি, পৰিণাম, ফল, ফলশ্রুতি, ফলাফল, সুফল
Meaning : পৰিণামৰ ৰূপত লাভ হোৱা ফল
Example : মোৰ কৃত কর্মৰ এই প্রতিফল পালোঁ
Install App