Subscribe
URL of the page has been copied to clipboard.
Meaning : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
Example : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
Synonyms : বাচ্য, ব্যাখ্যা
Meaning : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
Example : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
Synonyms : উপস্থাপন, নিৰূপণ, প্রমাণ কৰা
Install App