Subscribe
URL of the page has been copied to clipboard.
Meaning : দুই বহল জলভাগক বা সাগৰক সংলগ্ন কৰা ঠেক জলভাগ
Example : কোৰিয়া প্রণালীয়ে পূৱ-চীনা সাগৰ আৰু জাপানী সাগৰক লগ লগাইছে
Meaning : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
Example : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
Synonyms : ক্রিয়া, পদ্ধতি, প্রক্রিয়া
Install App