Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো লুকুওৱা যোগ্য
Example : এইটো গোপনীয় কথা, ৰামুক নকʼবা
Synonyms : অপ্রকট্য, অপ্রকাশ্য, গুপ্ত, গোপনীয়, গোপ্য, চাপাচী, লুক্কায়িত
Meaning : যিটো লুকুৱাই থোৱা হৈছে
Example : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
Synonyms : অজ্ঞাত, অপ্রকাশ্য, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, লুক্কায়িত
Meaning : লুকাই থকা বা ঢাকি থোৱা
Example : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
Synonyms : আচ্ছাদিত, আবৃত
Meaning : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
Example : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
Synonyms : আচ্ছন্ন, আচ্ছাদিত, আবৃত, ঢকা-, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
Install App