Meaning : অত্যধিক হোৱাৰ ভাব বা অৱস্থা
Example :
শৰীৰত ্শর্ক্্ৰাৰ প্রচুৰতাৰ কাৰণে মধুমেহ হয়
Synonyms : অতিশয়তা, অত্যধিকতা, প্রাচুর্য্য, বিপুলতা
Meaning : অধিক হোৱা অৱস্থা বা ভাব
Example :
ধনৰ প্রচুৰতাই তেওঁক ্অহংকাৰী কৰি তুলিছে
Synonyms : অধিকতা, আধিক্য, প্রাচুর্য, ্প্রাচুর্য্য