Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word প্রচাৰক from অসমীয়া dictionary with examples, synonyms and antonyms.

প্রচাৰক   বিশেষ্য

Meaning : কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি

Example : নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে

Meaning : কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি

Example : কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে

প্রচাৰক   বিশেষণ

Meaning : ঘোষণা কৰোতা

Example : আমি দুঃখিত যে ঘোষক ব্যক্তিৰ অনুপস্থিতিৰ কাৰণে সন্মিলনখনি সময়মতে আৰম্ভ কৰিব পৰা নগʼল

Synonyms : ঘোষক

Meaning : প্রচাৰ কৰোতা

Example : এজন প্রচাৰক নেতাই গাঁৱে-গাঁৱে ঘূৰি নিজৰ দলৰ প্রচাৰ কৰি আছে