Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিষয়, মত বা কথাক বহু লোকৰ আগত দাঙি ধৰা কার্য
Example : কোম্পানীবোৰে টিভি আদিৰ মাধ্যমেৰে নিজৰ উৎপাদিত সামগ্রীৰ প্রচাৰ চলায়
Synonyms : বিজ্ঞাপন
Meaning : কোনো বস্তু প্রসাৰিত হৈ থকা কার্য
Example : শিক্ষাৰ প্রসাৰেহে দেশৰ উন্নতি সাধিব পাৰিব
Synonyms : প্রসাৰ, বিস্তাৰ
Install App