Meaning : পিছৰ ফালে জোৰা লগোৱা, ওপৰ বা বাহিৰৰ পৰা আনি মিলোৱা
Example :
তুকাৰামৰ গাথাত কিছুমান প্রক্ষিপ্ত ৰচনা আছে
Meaning : যাৰ প্রক্ষেপণ কৰা হৈছে
Example :
প্রক্ষেপিত উপগ্রহটোৰ পৰা এতিয়া সংকেত পোৱা গৈছে
Synonyms : প্রক্ষেপিত