Subscribe
URL of the page has been copied to clipboard.
Meaning : এক ধৰণৰ অৱস্থা বা একে মূলৰ পৰা উৎপন্ন বস্তু, জীৱ আদিৰ এনেকুৱা বর্গ যি সেই বস্তুটোক অন্য বস্তু বা জীৱৰ পৰা পৃথক কৰে
Example : এই বাগিছাখনত বিভিন্ন প্রকাৰৰ গোলাপ আছে
Synonyms : কিচিম, তৰহ, ধৰণ
Meaning : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
Example : সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
Synonyms : ফর্ম
Install App