Meaning : কোনো কথা আদি ব্যক্ত কৰা কার্য
Example :
তেওঁ নিজৰ বিচাৰধাৰাক প্রকাশ কৰিলে
Synonyms : অভিব্যক্ত কৰা, অভিব্যক্তি কৰা, প্রকট কৰা
Meaning : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
Example :
তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
Synonyms : ব্যক্ত কৰা