Meaning : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
Example :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
Synonyms : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
Meaning : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
Example :
এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
Synonyms : চমচমোৱা
Meaning : জ্বলন বা পোৰণ অনুভব কৰা
Example :
মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে