Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পোনে-পোনে from অসমীয়া dictionary with examples, synonyms and antonyms.

পোনে-পোনে   ক্ৰিয়া বিশেষণ

Meaning : সম্বন্ধীয় ব্যক্তি আদিক নেদেখা ভাও জুৰি

Example : তুমি আমাক নুসোধাকৈ পোনে-পোনে তেওঁৰ ্পৰা পইচা খুজি আনিলা!

Meaning : মাজত অলপো নোৰোৱাকৈ

Example : তুমি ইয়াৰ পৰা সিধা ঘৰলৈ যোৱা

Synonyms : সিধা, সিধাই

Meaning : নুঘূৰাকৈ

Example : আপুনি ইয়াৰ পৰা পোনে-পোনে যাৱক আৰু ডাকবঙলাৰ পৰা বাওঁ্ফালে যাব

Meaning : মধ্যস্থতা নোহোৱাকৈ

Example : মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো

Synonyms : চিধাকৈ, পোনপটীয়াকৈ