Subscribe
URL of the page has been copied to clipboard.
Meaning : ইফাল-সিফাল নকৰাকৈ
Example : তেওঁ আপোনাৰ কথা পোনপটীয়াকৈ নকʼলে
Meaning : বিচলিত নোহোৱাকৈ
Example : তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
Synonyms : চিধাকৈ
Meaning : মধ্যস্থতা নোহোৱাকৈ
Example : মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
Synonyms : চিধাকৈ, পোনে-পোনে
Install App