Meaning : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা
Example :
বান্ধৰ পানী নলাত পেলোৱা হয়
Meaning : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
Example :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
Synonyms : দলিওৱা, দলিয়া, নিক্ষেপ কৰা
Meaning : কোনো অন্যৰ দ্বাৰা পেলা
Example :
সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে
Meaning : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
Example :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
Synonyms : পেলাই দিয়া