Subscribe
URL of the page has been copied to clipboard.
Meaning : যি স্থানত গাড়ী আদিত পেট্রল ডিজেল আদি ভৰোৱা হয়
Example : মই মটৰচাইকেলত পেট্রল ভৰাবৰ বাবে পেট্রলপাম্পলৈ গৈ আছো
Synonyms : পেট্রল পাম্প, পেট্রল-পাম্প
Install App