Subscribe
URL of the page has been copied to clipboard.
Meaning : বহুত খাব পৰা ব্যক্তি
Example : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে
Synonyms : খাইকহ, জীয়াভূত, ৰাক্ষহ
Meaning : ডাঙৰ পেটযুক্ত
Example : পেটুৱা সকলে নিয়মিত ব্যায়াম কৰিব লাগে
Meaning : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক
Example : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ
Synonyms : অতিভোজী, ঔদৰিক, খকুৱা
Install App