Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুৰ মধ্য ভাগ
Example : গুল্লীৰ পেটটো মোটা আৰু মূৰ দুটা জোঙা
Meaning : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ
Example : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে
Synonyms : আমাশয়, উদৰ
Meaning : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি
Example : মই সাতটা পেটক ভৰাব লাগে
Synonyms : মুখ
Meaning : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
Example : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
Synonyms : চিত্ত, মগজু, মন, মানস
Meaning : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
Example :
Synonyms : উদৰ, গর্ভ, জঠৰ
Meaning : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ
Example : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়
Synonyms : উদৰ
Install App