Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
Example : লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
Synonyms : পাত
Meaning : কিতাপৰ পাতৰ এটা ফাল বা ভাগ
Example : এই কিতাপখনৰ প্রতিটো পৃষ্ঠাই মই পঢ়িছো
Synonyms : পেজ
Install App