Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৃষ্ঠ-ভূমি from অসমীয়া dictionary with examples, synonyms and antonyms.

পৃষ্ঠ-ভূমি   বিশেষ্য

Meaning : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল

Example : এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে

Synonyms : পৃষ্ঠভূমি

Meaning : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ

Example : এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে

Synonyms : পটভূমি, পৃষ্ঠভূমি