Subscribe
URL of the page has been copied to clipboard.
Meaning : উত্তৰ আৰু পূৱ দিশৰ কোণ
Example : উত্তৰ-পূৱফালৰ পৰা জোৰকৈ বতাহ বলাৰ পিছত হুৰহুৰকৈ এজাক বৰষুণ আহিল
Synonyms : ঈশান, ঈশান কোণ, উত্তৰ পূব, উত্তৰ পূৱ কোণ, উত্তৰ পূৱ দিশ, উত্তৰ-পূৱ
Install App