Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রথমে কোৱা
Example : মন্ত্রী মহোদয়ে নিজৰ পূর্বোক্ত ভাষণত কোৱা বক্তব্যৰ খণ্ডন কৰিলে
Synonyms : পূর্বকথিত
Meaning : যাৰ উল্লেখ ওপৰত বা প্রথমতেই কৰা হৈছে
Example : উপৰোক্ত দোহাফাকি ৰামচৰিত মানসৰ পৰা অৱতাৰণা কৰা হৈছে
Synonyms : উপর্যুক্ত, উপৰিলিখিত, উপৰোক্ত, উল্লিখিত
Install App