Subscribe
URL of the page has been copied to clipboard.
Meaning : সূর্য্য উদয় হোৱা দিশ
Example : ভাৰতৰ পূৱফালে অসম ৰাজ্য অৱস্থিত
Synonyms : ঐন্দ্র, দৃষ্ট, পূব, পূর্বাশা, পূৱ, পূৱ দিশ, প্রাচী, প্রাচ্য, ্ পুৰব
Meaning : * নব্বৈ ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
Example : পূব সদায় পূব দিশৰ ফালেই থাকে
Synonyms : পূব, পূৰব, পূৱ
Meaning : যি আগফালৰ বা সন্মুখ ফালৰ
Example : এই বাহনখনৰ অগ্রভাগ ভাঙিল
Synonyms : অগ্র, অগ্রিম, আগমুৱা, আগলি, আগৰ, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
Meaning : যি প্রথমে কোনো পদত অধিষ্ঠিত হৈছিল, কিন্তু এতিয়া কোনো কাৰণত সেই পদত নাই
Example : আজিৰ সভাত ভালেমান ভূতপূর্ব মন্ত্রীয়ে অংশগ্রহণ কৰিব
Synonyms : ভূতপূর্ব, ্প্রাক্তন
Install App