Meaning : শুক্লপক্ষৰ শেষৰ দিনটো যিদিনা জোনটো সকলো কলাৰে যুক্ত হৈ সম্পূর্ণৰূপে প্রতিভাত হয়
Example :
পূর্ণিমাৰ জোন দেখিবলৈ ধুনীয়া
Synonyms : পূর্ণচন্দ্র, পূর্ণম্াসী, পূর্ণেন্দু
Meaning : অলপমানো আসোঁৱাহ নথকা জোনৰ পূর্ণ ৰূপ
Example :
জোনাক ৰাতি পানীত পৰা পূর্ণিমাৰ প্রতিচ্ছবি দেখিবলৈ বৰ মোহনীয়া হয়
Synonyms : পুর্ণেন্দু, পূর্ণ চন্দ্র, ৰাকেশ