Subscribe
URL of the page has been copied to clipboard.
Meaning : পূজনীয় হোৱাৰ অৱস্থা বা ভাব
Example : তুলসী, ্আঁহত আদিৰ পূজ্যতাৰ বিষয়ে পুৰাণতো বর্ণিত আছে
Synonyms : পূজনীয়তা, পূজার্হ, পূজ্যতা
Meaning : যি পূজা কৰাৰ যোগ্য
Example : গৌতম বুদ্ধ এজন পূজনীয় ব্যক্তি আছিল
Synonyms : আৰাধ্য, উপাস্য, পূজনীয়, বন্দনীয়
Install App