Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে পূজা কৰে
Example : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
Synonyms : আৰাধক, উপাসক, ভক্ত
Meaning : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
Example : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
Synonyms : সেৱক
Meaning : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
Example : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
Synonyms : উপাসক, ভক্ত
Install App