Subscribe
URL of the page has been copied to clipboard.
Meaning : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
Example : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
Synonyms : ইনাম, পাৰিতোষিক, বকচিচ
Meaning : কোনো কামৰ স্বীকৃতি স্বৰূপে দিয়া সন্মান বা বস্তু আদি
Example : স্বাধীনতা দিৱস উপলক্ষে সকলো বিদ্যালয়তে পুৰস্কাৰ দিয়া হয়
Synonyms : ইনাম, বঁট্া
Meaning : বঁ্টা-বাহন সম্বন্ধীয়
Example : মই পুৰস্কাৰৰ ধনখিনি আজি ্পর্যন্ত নাপালোঁ
Install App