Subscribe
URL of the page has been copied to clipboard.
Meaning : সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী
Example : শিশুৱে পুতলা লৈ খেলি আছে
Synonyms : পুতলা, পুতলি
Meaning : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
Example : দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
Synonyms : পুতলা
Install App