Subscribe
URL of the page has been copied to clipboard.
Meaning : উত্তম আচৰণৰ ফলস্বৰূপে পোৱা সুপৰিণাম
Example : আপোনাৰ নিচিনা পৰোপকাৰী ব্যক্তিয়ে বহুত পুণ্য অর্জন কৰিব
Meaning : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
Example : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
Synonyms : ধর্ম, ধর্মকর্ম, ধৰম, পুণ্যকর্ম
Meaning : যিটো শুভ বা ভাল হয়
Example : শুভ কার্য আৰম্ভ কৰোঁতে পলম কৰিব নালাগে
Synonyms : মাংগলিক, শুভ
Meaning : যি ্ধর্ম অনুসৰি শুদ্ধ বা মহত্ত্বপূর্ণ
Example : কাশী এখন পৱিত্র ঠাই
Synonyms : নি্র্মল, পূত, পৱিত্র, শুদ্ধ, সাত্ত্বিক
Install App