Subscribe
URL of the page has been copied to clipboard.
Meaning : নাৰীৰ স্তনদেশ
Example : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
Synonyms : কুচকুম্ভ, গাখীৰ, দুদু, পয়োধৰ, পয়োভাৰ, স্তন
Meaning : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
Example : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
Synonyms : ওহাৰ, কুচকুম্ভ, পয়োধৰ, পয়োভাৰ, বাত, স্তন
Meaning : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো
Example : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল
Synonyms : পয়োধৰ, স্তন
Meaning : পানী খোৱাৰ ইচ্ছা
Example : নিজৰ পিয়াহ গুচাবলৈ তেওঁ্ পানী বিচাৰিবলৈ ধৰিলে
Synonyms : তৃষা, তৃষ্ণা, পানেচ্ছা, পিপাসা
Install App