Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু পিচিব পৰা শিলৰ বা লোহাৰ টুকুৰা
Example : কবিৰাজে খুন্দনাত কিছুমান ঔষধ পিচি আছে
Synonyms : খুন্দনা, পটা
Meaning : পিচিব বা গুৰি কৰিব পৰা বস্তু
Example : ৰামুৱে পিচিবৰ কাৰণে পিহনাখন বস্তাত ভৰাই আছে
Synonyms : পটা
Install App