Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো টান বস্তুক হাত বা কোনো সঁজুলিৰ সহায়ত জোৰেৰে এনেদৰে হেঁ্চা প্রয়োগ কৰা যাৰ ফলত সি সৰু সৰু টুকুৰাত খণ্ড-বিখণ্ড হৈ পৰে
Example : আলু-পৰঠা বনাবৰ কাৰণে ললিতাই সিজোৱা আলুবোৰ পিটিকি আছে
Synonyms : গুৰি কৰা
Meaning : হাতেৰে দবোৱা
Example : মাকে শিশুটোক পিটিকা খাদ্য খোৱাইছে
Synonyms : মলা
Install App