Meaning : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
Example :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
Synonyms : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা
Meaning : মৰিয়াই কোনো বস্তুক চেপেটা কৰা
Example :
কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে