Subscribe
URL of the page has been copied to clipboard.
Meaning : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
Example : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
Synonyms : ইনাম, পুৰস্কাৰ, বকচিচ
Meaning : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
Example : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
Synonyms : উপঢৌকন, ভেটি
Meaning : কর্ম্্চাৰীসকলক ্তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবদ দিয়া ভাট্টা বিশেষ
Example : দেউতাই পাৰিতোষিকৰ ধনেৰে এটা নতুন ঘৰ কিনিলে
Synonyms : গ্রেচুইটি, বকচিচ
Install App