Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদিৰ কাষৰ সজ্জিত অংশ
Example : এই ধুতিখনৰ কাষৰি বৰ ভাল লাগিছে
Synonyms : কাষৰি
Meaning : শাৰী, ধুতি আদিৰ কিনাৰ যাৰ দীঘৰ কাষত বেলেগ ৰঙৰ সূতাৰে বোৱা বা চিলোৱা থাকে
Example : তেওঁ ধুতিখনৰ পাৰিটো ফালি পেলাই দিলে
Meaning : দাঁতৰ শাৰী
Example : সীতাৰ দাঁতৰ পাৰি ডালিমৰ গুটিৰ নিচিনা
Synonyms : দাঁতৰ পাৰি
Install App