Meaning : পাৰত লগোৱা
Example :
নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
Meaning : নি্র্বাহ কৰা বা অতিবাহিত কৰা
Example :
তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
Synonyms : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
Meaning : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
Example :
ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
Synonyms : আগবঢ়োৱা
Meaning : পাৰ হোৱা বা ব্যতিত হোৱা
Example :
মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
Synonyms : অতিবাহিত কৰা, কটোৱা