Subscribe
URL of the page has been copied to clipboard.
Meaning : শিলৰ টুকুৰা
Example : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
Synonyms : অশ্ম, উপল, পাথৰ, প্রস্তৰ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড
Meaning : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
Example :
Synonyms : অশ্ম, উপল, পাথৰ, প্রস্তৰ, শিল, শিলা, ষ্টোন
Install App