Subscribe
URL of the page has been copied to clipboard.
Meaning : ধর্মৰ আঁৰত ্স্বার্থ পূৰণ কৰা মানুহ
Example : পাষণ্ডৰ পাশত পৰি মোহিনীয়ে বহুত পস্তালে
Meaning : নিজৰ আচল স্বৰূপ লুকুৱাই ৰাখি এক অন্য ধৰণৰ স্বভাৱ দেখুৱাব খোজা মানুহ
Example : মহাপুৰুষ কবীৰে ভণ্ডবোৰক তীব্রভাৱে ব্যঙ্গ কৰিছে
Synonyms : কপটাচাৰী, ভণ্ড
Meaning : ধর্মৰ অচিলা লৈ স্বার্থপূৰণ কৰোঁতালোক
Example : বর্ত্্মানৰ সমাজ পাষণ্ডলোকেৰে ভৰি আছে
Install App