Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ চক্রান্তত পৰা কার্য
Example : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে
Synonyms : ফন্দি, ফান্দ
Meaning : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
Example : আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
Synonyms : কপাট
Meaning : তর্জুৰ ্পাল্লা
Example : তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
Synonyms : পালা
Install App