Subscribe
URL of the page has been copied to clipboard.
Meaning : চিত হৈ জিৰণি লোৱা বা শোৱা আচবাব
Example : মাকে কেঁচুৱাটোক বিচনাত শুৱাই দিলে
Synonyms : খাট, ঢাৰিপাটি, পালঙ্ক, বিচনা, শয্যা, শেতেলী, শোৱাপাটি
Meaning : এক প্রকাৰৰ শাক
Example : মায়ে আজিৰ ্ সাঁজত পালেং আৰু ৰুটি বনাইছে
Synonyms : পালেং শাক
Meaning : মানুহে শোৱাৰ কাৰণে নি্র্মাণ কৰি লোৱা আচবাব বিশেষ
Example : তেওঁ ঘৰৰ ্বাহিৰৰ বিছনাত শুই আছিল
Synonyms : খাটিয়া, পাটী, বিছনা, শয্যা, শেতেলি
Install App