Subscribe
URL of the page has been copied to clipboard.
Meaning : এটা প্রাচীন ভাৰতীয় ভাষা
Example : বৌদ্ধসকলৰ ধর্মগ্রন্থখন ্পালিত লিখা
Synonyms : পালি ভাষা
Meaning : এবাৰত খোৱা ঔষধৰ এক জোখ
Example : দুপালি ঔষধ খোৱা স্বত্বেও জ্বৰ কমা নাই
Synonyms : ডʼজ, ডোজ, মাত্রা
Meaning : যিজন কোনো কাম কৰিবৰ কাৰণে সহায়ক স্বৰূপ হয়
Example : সহযোগীৰ অবিহনে এই কামটো সম্পূর্ণ নহʼব
Synonyms : উপসহায়ক, সহযোগী, সহায়ক
Install App