Meaning : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা
Example :
তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে
Synonyms : মানি চলা
Meaning : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে
Example :
Synonyms : পালা, পোহ-পাল দিয়া, পোহা
Meaning : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
Example :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
Synonyms : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা
Meaning : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা
Example :
সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে
Synonyms : প্রতিপালন কৰা, লালন-পালন কৰা