Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পাপাত্মা from অসমীয়া dictionary with examples, synonyms and antonyms.

পাপাত্মা   বিশেষ্য

Meaning : যি পাপ কৰে বা পাপ কৰা ব্যক্তি

Example : পাপীৰ জীৱন অশান্তিৰে ভৰি থাকে

Synonyms : পাতকী, পাপকর্মী, পাপাচাৰী, পাপী

পাপাত্মা   বিশেষণ

Meaning : যিজন দুষ্ট আৰু নীচ প্রকৃতিৰ

Example : দুৰাত্মা ৰাৱণে সীতা হৰণ কৰিছিল

Synonyms : দুষ্টমতি, দুৰাত্মা

Meaning : যি পাপ কৰে বা পাপ কৰোতা

Example : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

Synonyms : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপিষ্ঠ, পাপী, ্অধর্মী