Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পানী from অসমীয়া dictionary with examples, synonyms and antonyms.

পানী   বিশেষ্য

Meaning : পানীৰ দৰে হৈ পৰা পাতল বস্তু

Example : ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী

Synonyms : পনীয়া

Meaning : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়

Example : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী

Synonyms : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পয়, বাৰি, সলিল

Meaning : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

Example : এই তৰোৱালখনৰ পানী চাবলগীয়া

Synonyms : ধাৰ

Meaning : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ

Example : তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে