Subscribe
URL of the page has been copied to clipboard.
Meaning : পায়ুৰ পৰা ওলোৱা বায়ু
Example : নিবিচাৰিলেও পাদ ওলায় যায়
Synonyms : অধোবায়ু, অপান, অপান বায়ু, বাতকর্ম, বায়ু, বায়ু ত্যাগ
Meaning : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
Example : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
Synonyms : চৰণ, পদ, পাৱ, ভৰি
Install App