Meaning : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
Example :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
Synonyms : চৰিত্র
Meaning : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি
Example :
দান যোগ্য ব্যক্তিকহে দিয়া উচিত
Synonyms : যোগ্য ব্যক্তি