Meaning : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
Example :
তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
Synonyms : পাট্টা
Meaning : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
Example :
লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
Synonyms : পৃষ্ঠা
Meaning : কাগজৰ সমান পাতল ধাতুৰ পাত
Example :
তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
Synonyms : পত্র