Meaning : কোনো দৃশ্যপট চোৱা বা শুনাৰ কাৰণে লিখি উলিওৱা কথা বিশেষ
Example :
এই চিনেমাখনৰ পাণ্ডুলিপিখন বলিষ্ঠ হৈছে
Meaning : ছপাবৰ কাৰণে প্রস্তুত কৰা কিতাপ, লেখা আদিৰ হাতে লিখা প্রতিলিপি
Example :
মোৰ পাণ্ডুলিপিখন ছপাবৰ কাৰণে ছপাশালত দিয়া হৈছে
Synonyms : পাণ্ডু-লিপি