Subscribe
URL of the page has been copied to clipboard.
Meaning : নিয়ম বা বিধিপূর্বক ধর্মগ্রন্থ পঢা কার্য ্বা ভাব
Example : এই মন্দিৰত অখণ্ড ৰামায়ণ পাঠৰ আয়োজন কৰা হৈছে
Meaning : একেবাৰতে পঢ়িব পৰা অংশ
Example : শিক্ষাগুৰুৱে আজি চাৰিটা পাঠ আওৰাবলে কʼলে
Meaning : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
Example :
Synonyms : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, ভাগ
Install App